কাছাৰ জিলাৰ ভূবন পাহাড়ৰ ধলাখাল সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযান - জব্দ
কাছাৰ জিলাৰ ভূবন পাহাৰত ধলাখাল সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযান ৷ বন বিভাগৰ অভিযানত বহু মূল্যবান চোৰাং কাঠসহ ইলেকট্ৰিক কৰট জব্দ ৷
কাছাৰ জিলাৰ ভূবন পাহাড়ৰ ধলাখাল সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযান
শিলচৰ 2 মেঃ কাছাৰ জিলাৰ ভূবন পাহাৰত ধলাখাল সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ অভিযান ৷ বন বিভাগৰ অভিযানত বহু মূল্যবান চোৰাং কাঠসহ ইলেকট্ৰিক কৰট জব্দ হয় ৷ উল্লেখ্য যে বুধবাৰে কাছাৰৰ তিনিজন ৰেঞ্জ বিষয়া মজিবুৰ ৰহমান চৌধুৰী, অসিত দাস আৰু কালী দাস সিঙৰ নেতৃত্বত 40 জনীয়া এটা দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলায় চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৷ অৱশ্যে বন বিভাগে চোৰাং কাঠ আৰু বহু সামগ্ৰী জব্দ কৰিলেও বন বিভাগৰ অভিযানৰ খবৰ পাই বন মাফিয়া সকল পলাই যাবলৈ সক্ষম হয় ৷
Last Updated : May 3, 2019, 7:22 PM IST