শিলচৰ,17 জানুৱাৰী: দেওবাৰে শিলচৰৰ বিধায়ক কিশোৰ নাথে অন্নপূর্ণা ঘাটত উপস্থিত হৈ বৰাক নৈৰ ওপৰত নির্মাণ কৰা দলঙৰ কাম কাজ পৰিদর্শন কৰে ৷ 2021 চনৰ ডিচেম্বৰ মাহত উদ্ধোধন কৰিবলগীয়া দলং খনৰ কাম পূৰ্ণ গতিত চলিছে নে নাই তাৰ তদাৰকী কৰে বিধায়ক গৰাকীয়ে ৷
বৰাক নৈৰ ওপৰত নির্মাণ কৰা দলং পৰিদর্শন কৰে শিলচৰৰ বিধায়কে - 77 কোটি টকা
দেওবাৰে বৰাক নৈৰ ওপৰত নির্মাণ কৰা দলঙৰ কাম কাজ পৰিদর্শন কৰে শিলচৰৰ বিধায়ক কিশোৰ নাথে ৷ 77 কোটি টকাৰে নিৰ্মাণ কৰা দলং খনৰ সকলো কাম পূৰ্ণ গতিত চলিছে নে নাই তাৰ তদাৰকী কৰে বিধায়ক গৰাকীয়ে ৷
বৰাক নৈৰ ওপৰত নির্মাণ কৰা দলং পৰিদর্শন কৰে শিলচৰৰ বিধায়কে
কেন্দ্ৰীয় চৰকাৰৰ 77 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা দলং খনৰ নিৰ্মাণৰ সকলো কাম কাজ কৰিছে DRDA য়ে ৷ সেয়েহে বিধায়ক গৰাকীয়ে অন্নপূর্ণা ঘাটত উপস্থিত হৈ অভিজ্ঞা অভিযন্তা লগত লৈ আহি সকলো কাম কাজ পৰীক্ষা কৰে ৷
লগতে পঢ়ক:হাইলাকান্দিত সক্ৰিয় বাইক চোৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান