অসম

assam

নিজামুদ্দিন সম্পৰ্কত বিস্ফোৰক মন্তব্য সাংসদ ৰাজদ্বীপ ৰয়ৰ

By

Published : Apr 13, 2020, 6:43 PM IST

দিল্লীৰ নিজামুদ্দিন সম্পৰ্কত বিস্ফোৰক মন্তব্য শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়ৰ ৷ ভাৰতীয় দণ্ডবিধি আইন অনুসৰি নিজামুদ্দিন কৰ্তৃপক্ষক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান সাংসদ ৰয়ৰ ৷

MP Rajdeep Roy reaction on nijamuddin markas
নিজামুদ্দিন সম্পৰ্কত বিস্ফোৰক মন্তব্য সাংসদ ৰাজদ্বীপ ৰয়ৰ

শিলচৰ,13 এপ্ৰিলঃৰাজ্যতকৰ’ণা ভাইৰাছ বিয়পোৱাৰ মুখ্য ঘাটি হিচাপে পৰিচিত ৰাজধানী দিল্লীৰ নিজামুদ্দিন মৰ্কাজ সম্পৰ্কত বিস্ফোৰক মন্তব্য প্ৰদান শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়ৰ ৷ বিজেপিৰ সাংসদগৰাকীয়ে চৰকাৰে ভাৰতীয় দণ্ডবিধি আইনৰ আধাৰত গোচৰ ৰুজু কৰি নিজামুদ্দিন কৰ্তৃপক্ষক কঠোৰ শাস্তি প্ৰদান কৰা উচিত বুলি মন্তব্য প্ৰদান কৰে ৷ সোমবাৰে শিলচৰৰ আৰ্তজনক সহায়ৰ হাত আগবঢ়ায় সাংসদ গৰাকীয়ে ৷ লগতে চৰকাৰে প্ৰদান কৰা সাহায্য সকলোৱে পোৱা বুলি দাবী কৰে ৷ কিন্তু ৰেচন কাৰ্ড নথকা ব্যক্তিসকলে এইপৰ্যন্ত চৰকাৰে আগবঢ়োৱা 1000 টকা লাভ নকৰাতো একো অস্বাভাৱিক কাৰ্য নহয় বুলি উল্লেখ নহয় ৷

নিজামুদ্দিন সম্পৰ্কত বিস্ফোৰক মন্তব্য সাংসদ ৰাজদ্বীপ ৰয়ৰ

ABOUT THE AUTHOR

...view details