অসম

assam

ETV Bharat / state

অসম ৰাজ্যিক দলৰ জ্যেষ্ঠ মহিলা ফুটবলাৰ পায়েল দাসলৈ আৰ্থিক সাহাৰ্য - Money offered to senior football player Payan Das on the occassion of National sports Day

ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ পবিত্ৰ দিনত অসম ৰাজ্যিক দলৰ জ্যেষ্ঠ মহিলা ফুটবলাৰ পায়েল দাসলৈ আৰ্থিক সাহাৰ্য প্ৰদান হাইলাকান্দিৰ ডি এস এ আৰু অসম মহিলা ফুটবল উন্নয়ন কমিটিৰ(এ এফ এ ) ৷

senior football player Payan Das
অসম ৰাজ্যিক দলৰ চিনিয়ৰ মহিলা ফুটবলাৰ পায়েল দাসলৈ আৰ্থিক সাৰ্হায

By

Published : Aug 29, 2020, 2:07 PM IST

শিলচৰ, 29 আগষ্টঃ ৰাষ্ট্ৰীয় ক্রীড়া দিবসৰ পবিত্ৰ দিনটোতে অসম ৰাজ্যিক দলৰ জ্যেষ্ঠ মহিলা ফুটবলাৰ পায়েল দাসক সম্মান প্ৰদান কৰা হয় ৷ হাইলাকান্দিৰ ডি এস এ আৰু অসম মহিলা ফুটবল উন্নয়ন কমিটিৰ(এ এফ এ )উদ্যোগত মহিলা ফুটবলাৰ পায়েল দাসক সম্মান জনাই আর্থিক সাহাৰ্য প্ৰদান কৰে ৷

অসম ৰাজ্যিক দলৰ চিনিয়ৰ মহিলা ফুটবলাৰ পায়েল দাসলৈ আৰ্থিক সাৰ্হায

পায়েল দাসৰ ঘৰলৈ গৈ এই সম্মান আৰু আর্থিক সাৰ্হায প্ৰদান কৰে অসম মহিলা ফুটবল উন্নয়ন কমিটিৰ সদস্য ইন্দ্রজিৎ সিনহাই । জাতীয় ক্রীড়া দিৱসৰ দিনটোতে সম্মান আৰু আর্থিক সাহাৰ্য লাভ কৰি হাইলাকান্দি ডি এস এ অসম মহিলা ফুটবল উন্নয়ন কমিটিৰ কর্মকর্তা সকলক আন্তৰিক কৃতজ্ঞতা জনাই পায়েল দাসে ।

লগতে পঢ়কঃক্ষুব্ধ মহন্তৰ "বিস্ফোৰণ": ইটিভি ভাৰত এক্সক্লুছিভ

ABOUT THE AUTHOR

...view details