অসম

assam

ETV Bharat / state

মাছিমপুৰ বজাৰৰ অগ্নিকাণ্ড অঞ্চল পৰিদৰ্শন বিধায়ক কিশোৰ নাথৰ

কাছাৰৰ অগ্নিকাণ্ড অঞ্চল পৰিদৰ্শন বিধায়ক কিশোৰ নাথৰ ৷ ক্ষতিগ্ৰস্ত লোকক সহায় কৰাৰ অশ্বাস বিধায়ক গৰাকীৰ ৷

By

Published : Sep 20, 2020, 10:34 PM IST

MLA Kishor Nath Sunday Visit Cachar Masimpur Fire Area
মাছিমপুৰ বজাৰৰ অগ্নিকাণ্ড অঞ্চল পৰিদৰ্শন বিধায়ক কিশোৰ নাথৰ

শিলচৰ, 20 ছেপ্তেম্বৰ : বিধ্বংসী অগ্নিকাণ্ডত কাছাৰ জিলাৰ মাছিমপুৰ বজাৰত ক্ষতিগ্রস্ত হোৱা অঞ্চল পৰিদৰ্শন বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথৰ ৷ উক্ত অঞ্চল পৰিদৰ্শন কৰি ভুক্তভোগীৰ সৈতে মত বিনিময় কৰে বিধায়ক গৰাকীয়ে ৷

মাছিমপুৰ বজাৰৰ অগ্নিকাণ্ড অঞ্চল পৰিদৰ্শন বিধায়ক কিশোৰ নাথৰ

আনহাতে, অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ভুক্তভোগী সকলক সহায় কৰাৰ আশ্বাস বিধায়ক গৰাকীৰ ৷ চৰকাৰীভাবে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান বিধায়ক গৰাকীৰ ৷

মাছিমপুৰ বজাৰৰ অগ্নিকাণ্ড অঞ্চল পৰিদৰ্শন বিধায়ক কিশোৰ নাথৰ

লগতে পঢ়ক :অচিনাক্ত কীটে এফালৰ পৰা ধ্বংস কৰিছে খেতিৰ ফচল

For All Latest Updates

ABOUT THE AUTHOR

...view details