শিলচৰ, 2 এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বহু লোকে সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা ভাইৰাছ মহামাৰী বিয়পাই দিছে বুলি মন্তব্য কৰে বিধায়ক দিলীপ পালে ৷ সকলোৱে মিলি দিনে ৰাতিয়ে এই মহামাৰীৰ পৰা উদ্ধাৰ হোৱাৰ বাবে কাম কৰি থকা সত্বেও, এনে ঘটনা সংঘটিত হোৱাটো গৰিহণাৰ যেগ্য বুলিও তেওঁ উল্লেখ কৰে ৷ তেওঁ এই ক্ষেত্ৰত প্ৰধানন্ত্ৰীক অনুৰোধ জনায় যে, এনে ধৰণৰ অনুষ্ঠান বন্ধ কৰি দিব লাগে ৷ ইয়াৰোপৰি এই অনুষ্ঠানক ৰাষ্ট্ৰদ্ৰোহী বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷
অসমত কৰ'ণা ভাইৰাছৰ সমক্ৰমণ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্য়ক্ত বিধায়ক দিলীপ পালৰ - প্ৰধানন্ত্ৰীক অনুৰোধ দিলীপ পালৰ
ৰাজ্যত চিকিৎসাকৰ্মী, প্ৰশাসনকে আদি কৰি সকলো স্তৰৰ লোকে কৰ'ণা মহামাৰী ৰোধ কৰিবলৈ কাম কৰি থকা সত্বেও, অসমত এনে ঘটনা সংঘটিত হোৱাটো গৰিহণাৰ যেগ্য বুলি উল্লখ কৰে শিলচৰৰ বিধায়ক দিলীপ পালে ৷
বিধায়ক দিলীপ পাল