শিলচৰ,28 জুলাইঃ অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ উপাধ্যক্ষগৰাকীৰ স্বাৱ পৰীক্ষাৰ পিছত আজি তেওঁৰ ফলাফল প'জিটিভ আহে ৷
COVID19ত আক্ৰান্ত উপাধ্যক্ষ আমিনুল হক লস্কৰ - স্বাৱ পৰীক্ষা
কৰ'ণা ভাইৰাছত আক্ৰান্ত সোনাই বিধানসভা সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ গৰাকীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হ'ব শিলচৰ মেডিকেল কলেজ হাস্পতালত ৷
COVID19ত আক্ৰান্ত উপাধ্যক্ষ আমিনুল হক লস্কৰ
আনহাতে,কৰ'ণা ভাইৰাছত আক্ৰান্ত সোনাই বিধানসভা সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ গৰাকীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হ'ব শিলচৰ মেডিকেল কলেজ হাস্পতালত ৷ উল্লেখযোগ্য যে,কাছাৰ জিলাত সোমবাৰ পৰ্যন্ত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল 94জন লোক ৷