অসম

assam

ETV Bharat / state

আগৰতলাত সন্ধান অসমৰ মহিলাসহ যুৱতী

আগৰতলাত সন্ধানহীন হৈ থকা অসমৰ মহিলাসহ যুৱতী উদ্ধাৰ ৷ আগৰতলাৰ পৰা বৰখলা আৰক্ষীয়ে উদ্ধাৰ কৰে শান্তি মালাকাৰ আৰু শষ্টী দাস নামৰ মহিলা আৰু কিশোৰীগৰাকীক ৷

By

Published : Sep 9, 2019, 8:45 AM IST

আগৰতলাত সন্ধান অসমৰ মহিলাসহ যুৱতীৰ

কাছাৰ, 9 ছেপ্তেম্বৰঃ আগৰতলাত সন্ধানহীন হৈ থকা অসমৰ মহিলাসহ যুৱতী উদ্ধাৰ ৷ 30 আগষ্টৰ দিনাৰ পৰাই কাছাৰৰ বৰখলাৰ ডলুঘাটৰ পৰা নিখোজ হৈ আছিল দুয়োগৰাকী মহিলা ৷ শনিবাৰ ৰাতি আগৰতলাৰ গোপন স্থানৰ পৰা বৰখলা আৰক্ষীয়ে উদ্ধাৰ কৰে শান্তি মালাকাৰ আৰু শষ্টী দাস নামৰ মহিলা আৰু কিশোৰীগৰাকীক ৷ উল্লেখ্য যে বিবেকানন্দ দেৱ পুৰকায়স্থ নামৰ লোকজনৰ ভাড়াঘৰৰ পৰাই নিখোজ হৈছিল মহিলা দুগৰাকী ৷ ঘটনা সন্দৰ্ভত বিবেকানন্দ দেৱ পুৰকায়স্থই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল ৷

আগৰতলাত সন্ধান অসমৰ মহিলাসহ যুৱতীৰ

ABOUT THE AUTHOR

...view details