অসম

assam

ETV Bharat / state

কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ' - কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ'

শিলচৰৰ গণ আওৱাজ মূদ্ৰণ প্ৰতিষ্ঠানৰ তৰফৰ পৰা কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ প্ৰদান 'দুৰ্নীতি পুৰষ্কাৰ' ৷ প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তা সুজিত কুমাৰ চন্দে পাঁচ হাজাৰকৈ মুঠ দহ হাজাৰ টকা কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰক ‘দুৰ্নীতি পুৰস্কাৰ’ হিচাপে প্ৰদান কৰে ৷

Memorandum to Cachar district administration and state government
কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ'

By

Published : Feb 18, 2020, 11:07 PM IST

শিলচৰ, 18 ফেব্ৰুৱাৰীঃ শিলচৰৰ গণ আৱাজ মূদ্ৰণ প্ৰতিষ্ঠানৰ তৰফৰ পৰা কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ প্ৰদান 'দুৰ্নীতি পুৰষ্কাৰ' ৷ প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তা সুজিত কুমাৰ চন্দে পাঁচ হাজাৰকৈ মুঠ দহ হাজাৰ টকা কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰক ‘দুৰ্নীতি পুৰস্কাৰ’ হিচাপে প্ৰদান কৰে ৷

কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ'

উল্লেখ্য যে, সুজিত কুমাৰ চন্দৰ অভিযোগৰ ভিত্তিতেই কাছাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়া এজন আটক কৰা হৈছিল ৷

কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ'

কিন্তু পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ৷ যাৰ ফলত ক্ষোভিত হৈ সুজিত কুমাৰ চন্দে দুৰ্নীতি মুক্ত হোৱাৰ শ্ল’গান দিয়া শাসনাধীন চৰকাৰখন আৰু কাছাৰ জিলা প্ৰশাসনক এই পুৰস্কাৰেৰে সন্মানিত কৰে ৷

লগতে পঢ়ক-ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ তথা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী অভিজিৎ শৰ্মাৰ

ABOUT THE AUTHOR

...view details