শিলচৰত মৰণোত্তৰ দেহদান 7 গৰাকীকৈ লোকৰ - assam news
বুধবাৰে শিলচৰ শ্বহীদ ভৱনত হিউমেন চায়েঞ্চ ফ'ৰামৰ সহযোগিতাত 7 গৰাকী চিটু সদস্যই মৰণোত্তৰ দেহদান কৰ্মসূচীৰে শ্ৰমিক দিৱস পালন কৰে

মৰণোত্তৰ দেহদান কৰ্মসূচী
শিলচৰ, 2 মেঃ দেহদান কৰি শ্ৰমিক দিৱস পালন চিটু কৰ্মীৰ ৷ বুধবাৰে শিলচৰ শ্বহীদ ভৱনত হিউমেন চায়েঞ্চ ফ'ৰামৰ সহযোগিতাত 7 গৰাকী চিটুৰ সদস্যই মৰণোত্তৰ দেহদান কৰ্মসূচীৰে শ্ৰমিক দিৱস পালন কৰে ৷ সদস্য কেইজন ক্ৰমে-দীপক চক্ৰৱৰ্তী,মানবেন্দ্ৰ পৈত্য,অদিতি চক্ৰৱৰ্তী,ৰমা দেব,তাৰা নন্দী মজুমদাৰ, স্বৰ্নালী ঘোষ,আৰু শেলী দেবদাস ৷
মৰণোত্তৰ দেহদান কৰ্মসূচী