অসম

assam

ETV Bharat / state

"ম'বাইল গেম"ৰ বাবেই পেট্ৰ'ল ঢালি জ্বলালে যুৱকক - ম'বাইলৰ গেম

অৱস্থা সংকটজনক

game partner on fire

By

Published : Mar 9, 2019, 2:14 PM IST

কাছাৰ , 9 মাৰ্চ : "ম'বাইলগেম"ৰ বাবেই কাছাৰত অগ্নিদগ্ধ হ'ল যুৱক ৷ খেলক লৈ সূত্ৰপাত হোৱা বিবাদক লৈ খেলৰ সংগীয়ে পেট্ৰ'ল ঢালি জ্বলাই দিলে যুৱকক ৷

game partner on fire

ঘটনা অনুসৰি শুকুৰবাৰে সন্ধিয়া জনি নাথ চৌধুৰী নামৰ লোকজন আৰু এজন লোকে মোবাইল ফোনত বাজি (জুৱা ) লগাই লুডু খেলি থকাৰ সময়তে দুয়োজনৰ মাজত বিবাদৰ সূত্ৰপাত হয় ৷ খেলৰ সঙ্গীজনে কাষতে থকা বাইকখনৰ পৰা পেট্ৰ'ল ঢালি জ্বলাই দিয়ে জনি নাথক ৷ অগ্নিদগ্ধ অৱস্থাত স্থানীয় লোক জনিক উদ্ধাৰ কৰি ধলাই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰকলৈ লৈ যায় যদিও অৱস্থা অধিক সংকটজনক হৈ পৰাত চিকিৎসকে তেওঁক শিলচৰ মেডিকেল হাস্পতাললৈ স্থানান্তৰ কৰে ব্যক্তিগৰাকীক ৷

ABOUT THE AUTHOR

...view details