অসম

assam

By

Published : Jun 26, 2019, 9:28 PM IST

ETV Bharat / state

শ্ৰেণী কোঠা এৰি ধৰ্ণাত নামিল ছাত্ৰ ছাত্ৰী

ৰাষ্ট্ৰভাষা বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে বুধবাৰে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ স্কুল খনৰ শিক্ষকৰ অভাৱ পূৰণ কৰাৰ লগতে বিদ্য়ালয়খনক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ দাৱীত এই কাৰ্যসূচি হাতত লয় ছাত্ৰ ছাত্ৰী আৰু অভিভাবক সকলে ৷

শ্ৰেণী কোঠা এৰি ধৰ্ণাত নামিল ছাত্ৰ ছাত্ৰী

শিলচৰ, 26 জুন: শিলচৰৰ একমাত্ৰ হিন্দী ভাষাৰ হাইস্কুল ৰাষ্ট্ৰভাষা বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে বুধবাৰে এক ধৰ্ণা কাৰ্যসূতি হাতত তুলি লয় ৷ স্কুল খনৰ শিক্ষকৰ অভাৱ দূৰীকৰণ, স্কুল খনত উচ্চতৰ মাধ্যমিকলৈ উন্নত কৰাৰ দাবিত এই কাৰ্যসূচি হাতত লয় ছাত্ৰ ছাত্ৰী আৰু অভিভাবক সকলে ৷ এই দাবী জনাই বুধবাৰে শিলচৰ জিলা উপয়ুক্তৰ কাৰ্যালয় সন্মূখত ধৰ্ণা কাৰ্যসূচি ৰূপায়ণ কৰে লোকসকলে ৷ তেওঁলোকৰ দাবী কাৰ্যকৰী নহ'লে তেওঁলোকে বৃহত্তৰ আন্দোলনত জপিয়াই পৰিব বুলি হুংকাৰ দিয়ে।

শ্ৰেণী কোঠা এৰি ধৰ্ণাত নামিল ছাত্ৰ ছাত্ৰী

ABOUT THE AUTHOR

...view details