অসম

assam

ETV Bharat / state

চৰকাৰৰ বৈষম্য মূলক আচৰণৰ সন্মুখীন লেব টেকনিচিয়ান - বৰাক উপত্যকা মেডিকেল ও পেৰামেডিকেল এমপ্লয়িজ এশ্ব’চিয়েছন

কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ভয়াৱহ পৰিস্থিতিত প্ৰাণৰ শংকা লৈ দিন নিশাই বৰাক উপত্যকাত সেৱা আগবঢ়োৱা লেব টেকনিচিয়ানৰ কথা চিন্তা নকৰি চৰকাৰে অন্যান্য বিভাগৰ অস্থায়ী কর্মীক স্থায়ী পদত নিযুক্তি দিয়াৰ লগতে পে-স্কেলৰ ব্যৱস্থা কৰিছে ৷ ইয়াক লৈ ক্ষোভিত লেব টেকনিচিয়ান সকল ৷

চৰকাৰৰ বৈষম্য মূলক আচৰণৰ সন্মুখীন লেব টেকনিচিয়ান
চৰকাৰৰ বৈষম্য মূলক আচৰণৰ সন্মুখীন লেব টেকনিচিয়ান

By

Published : Jul 13, 2020, 10:56 PM IST

Updated : Jul 14, 2020, 7:25 PM IST

শিলচৰ, 13 জুলাই: NRHM এৰ অধীনত থকা বৰাক উপত্যকা মেডিকেল ও পেৰামেডিকেল এমপ্লয়িজ এশ্ব’চিয়েছনৰ পৰা সোমবাৰ এক সাংবাদিক সন্মিলনৰ আয়োজন কৰা হয় । সাংবাদিক সন্মিলনত সংস্থাৰ কর্মকর্তা সকল কয়, জিলাৰ বিভিন্ন স্থানত কর্মৰত লেব টেকনিচিয়ান সকলক চৰকাৰৰ বৈষম্য মূলক আচৰণৰ চিকাৰ হৈছে ।

চৰকাৰৰ বৈষম্য মূলক আচৰণৰ সন্মুখীন লেব টেকনিচিয়ান

কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ভয়াৱহ পৰিস্থিতিত প্ৰাণৰ শংকা লৈ দিন নিশাই বৰাক উপত্যকাত নিজৰ সেৱা আগবঢ়াই যোৱা লেব টেকনিচিয়ানৰ কথা চিন্তা নকৰি চৰকাৰে অন্যান্য বিভাগৰ অস্থায়ী কর্মীক স্থায়ী পদত নিযুক্তি দিয়াৰ লগতে পে-স্কেলৰ ব্যৱস্থা কৰিছে ৷

চৰকাৰখনে দুৰ্যোগ পূৰ্ণ পৰিস্থিতিত বিগত তিন দিন আগেত লেব টেকনিশিয়ান পদত স্থায়ী নিযুক্তিৰ কাৰণে এক বিজ্ঞপ্তি জাৰি কৰিছিল ৷ NRHM পৰা স্থায়ী পদত কর্মী নিয়োগ কৰা হ’ব বুলি উল্লেখ কৰিছিল চৰকাৰে ৷ কিন্তু হঠাৎ চৰকাৰে জাৰি কৰা অভিজ্ঞতাৰ ভিত্তিত লেব টেকনিচিয়ানৰ পদত স্থায়ী নিযুক্তি কৰা বিজ্ঞপ্তি প্ৰত্যাহাৰ কৰিবলৈ দাবী জ\নায় । অন্যাথা বঞ্চিত জিলা সহ উপত্যকাৰ লেব টেকনিচিয়ানৰ সকলে চৰকাৰৰ বিৰুদ্ধে অনাগত দিনত ব্যাপক ধৰ্ণা কাৰ্যসূচীৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে চাওক-বিপদ সীমাৰ ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

Last Updated : Jul 14, 2020, 7:25 PM IST

ABOUT THE AUTHOR

...view details