অসম

assam

ETV Bharat / state

কাছৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন

কাছৰৰ বৰখলা সমষ্টিৰ নাৰাইনছড়াত ৰামলাল ৰবিদাস নামৰ এজন লোক আক্ৰান্ত হয় জাপানিজ এনকেফেলাইটিছত

By

Published : Jul 10, 2019, 8:04 AM IST

Updated : Jul 10, 2019, 9:07 AM IST

জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত কাছৰৰ ৰামলাল

কাছাৰ,10জুলাই : ৰাজ্যত অব্যাহত আছে জাপানিজ এনকেফেলাইটিছৰ আতংক । কাছৰৰ বৰখলা সমষ্টিৰ নাৰাইনছড়াত এগৰাকী ব্যক্তি আক্ৰান্ত হৈছে এনকেফেলাইটিছ ভাইৰাছত । ব্যক্তিজনৰ নাম ৰামলাল ৰবিদাস । ৰামলাল বৰ্তমান চিকিৎসাধীন হৈ আছে শিলচৰ মেডিকেল কলেজত ।

ইফালে, জাপানিজ এনকেফেলাইটিছৰ বাবে আতংকিত হৈ পৰিছে অঞ্চলবাসী । অঞ্চলটোত সজাগতা সৃষ্টিৰ লগতে উন্নত চিকিৎসাৰ বাবেও দাবী জনায় ।

Last Updated : Jul 10, 2019, 9:07 AM IST

ABOUT THE AUTHOR

...view details