অসম

assam

ETV Bharat / state

কাছাৰত মৎস্য সম্পদ যোজনাৰ অধীনত প্ৰকল্পৰ আধাৰশিলা স্থাপন

বুধবাৰে কাছাৰৰ লেবুৰবন্দ এলাকাত মৎস্য সম্পদ যোজনাৰ অধীনত 30 লাখ টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন ৷ আধাৰশিলা স্থাপন কৰে বৰখলাৰ বিধায়ক কিশোৰ নাথে ৷

By

Published : Jan 7, 2021, 7:00 AM IST

Updated : Jan 7, 2021, 8:00 AM IST

inauguration program
কাছাৰত আধাৰশিলা স্থাপন

শিলচৰ,7 জানুৱাৰী : কাছাৰৰ লেবুৰবন্দ এলাকাত বুধবাৰে প্রধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত 30 লাখ টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বৰখলাৰ বিধায়ক কিশোৰ নাথে ৷ এই প্ৰকল্প ৰ জৰিয়তে মৎস্য পালকসকল লাভান্বিত হ’ব বুলি বিধায়ক নাথে জানিবলৈ দিয়ে ৷

কাছাৰত আধাৰশিলা স্থাপন

আধাৰশিলা কাৰ্যসূচীত উপস্থিত থাকে মীনপালন বিভাগৰ বিষয়া, জিপি সভাপতি ৰঞ্জিত সৰকাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক :কাঠফুলাৰ খেতিৰে স্বাৱলম্বী বকোৰ দুই ভাতৃ

Last Updated : Jan 7, 2021, 8:00 AM IST

ABOUT THE AUTHOR

...view details