অসম

assam

ETV Bharat / state

শিলচৰত উপস্থিত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - শিলচৰত উপস্থিত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

শিলচৰৰ বিভিন্ন পূজা পেণ্ডেল দৰ্শন কৰিলে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

শিলচৰৰ দুৰ্গা পূজাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Oct 6, 2019, 11:58 AM IST

Updated : Oct 6, 2019, 2:07 PM IST

শিলচৰ,6 অক্টোবৰ: শিলচৰত উপস্থিত হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । দেওবাৰে ৰাতিপুৱা শিলচৰৰ বিভিন্ন পূজা পেণ্ডেল দৰ্শন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শিলচৰত কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আদালত প্ৰাংগনত আয়োজিত দুৰ্গা পূজাস্থলীত দেওবাৰে পুৱা দেৱী দুৰ্গাৰ অষ্টমীৰ পূজা প্ৰদান কৰিলে বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

তেওঁ পূজাথলীত আহি উপস্থিত হোৱাৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে স্বাগতম জনায় । ৰাতিলৈকে মন্ত্ৰীগৰাকীয়ে শিলচৰ চহৰৰ বিভিন্ন পূজা মণ্ডপ ভ্ৰমণ কৰিব ৷

শিলচৰৰ আটকধুনীয়া মণ্ডপ
Last Updated : Oct 6, 2019, 2:07 PM IST

ABOUT THE AUTHOR

...view details