- শিলচৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
- শিলচৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাজদ্বীপ ৰয়ৰ হৈ ৰোড শ্ব' অংশগ্ৰহণ
- ইটাখলা খেলপথাৰত আৰম্ভ হৈছে মন্ত্ৰীগৰাকীৰ ৰোড শ্ব' ৰোড শ্ব' পলমকৈ উপস্থিত হিমন্ত বিশ্ব শৰ্মা, চাওক আমাৰ প্ৰতিবেদন ৷
- বিয়লি 4 বজাতে উপস্থিত হোৱাৰ কথা আছিল মন্ত্ৰীগৰাকীৰ
- হিমন্ত বিশ্ব শৰ্মাৰ বাবে অপেক্ষাৰত আছিল শতাধিক সমৰ্থক
ৰোড শ্ব' পলমকৈ উপস্থিত হিমন্ত বিশ্ব শৰ্মা ! - Rajdeep Roy
পলমকৈ শিলচৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়ৰ হৈ ৰোড শ্ব' অংশগ্ৰহণ কৰিব দলটোৰ স্টাৰ কেম্পেনাইৰ গৰাকী ৷ বিয়লি 4 টাৰ পৰাই হিমন্ত বিশ্বৰ বাবে অপেক্ষাৰত আছিল শতাধিক সমৰ্থক ৷

ৰোড শ্ব' পলমকৈ উপস্থিত হিমন্ত বিশ্ব শৰ্মা, চাওক আমাৰ প্ৰতিবেদন ৷