- মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু
- কাছাৰৰ সোণাই হাতিখালৰ বাসিন্দা আজিজুৰ ৰহমান বসৰত আলী লস্কৰৰ মৃত্যু
- দ্ৰুতবেগী বাহনৰ খুন্দাত আহত হৈ চিকিৎসাধীন হৈ আছিল হজযাত্ৰীজন
- অৱশেষত চিকিৎসালয়ৰ আই চি ইউ মৃত্যু হয় হজযাত্ৰীজনৰ
- মৃত্যুৰ সময়ত হজযাত্ৰীগৰাকীৰ বয়স আছিল 80 বছৰ
মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু - হজযাত্ৰী
মক্কাত এক দুৰ্ঘটনাত পতিত হোৱাৰ পাচতেই মৃত্যুক আঁকোৱালি লয় কাছাৰৰ হজযাত্ৰীজনে ৷
মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু