- দ্বিতীয় দিনটোত হাইলাকান্দিত প্ৰত্যাহাৰ হোৱা নাই সান্ধ্য আইন
- এই ঘটনা দুৰ্ভাগ্যজনক
- সমগ্ৰ ঘটনাৰ বাবে আৰক্ষী-প্ৰশাসনক দায়ী বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ আৰক্ষীৰ ভুমিকা সন্দিহান
- আৰক্ষীৰ গুলীচালনাকলৈ প্ৰশ্ন সাধাৰণ ৰাইজৰ
- ঘটনাত মৃতৰ লোকজনৰ পৰিয়ালক সাহায্য প্ৰদানৰ লগতে এজনক চৰকাৰী চাকৰি ব্যৱস্থা কৰাৰ আশ্বাস বিধায়কগৰাকীৰ
হাইলাকান্দিৰ ঘটনাক লৈ আৰক্ষীৰ ভূমিকা সন্দিহান - আৰক্ষীৰ ভুমিকা সন্দিহান
দ্বিতীয় দিনটোত হাইলাকান্দিত প্ৰত্যাহাৰ হোৱা নাই সান্ধ্য আইন ৷ আৰক্ষীৰ গুলীচালনাকলৈ প্ৰশ্ন সাধাৰণ ৰাইজৰ
![হাইলাকান্দিৰ ঘটনাক লৈ আৰক্ষীৰ ভূমিকা সন্দিহান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3253290-thumbnail-3x2-jjk.jpg)
আৰক্ষীৰ ভুমিকা সন্দিহান
Last Updated : May 11, 2019, 7:56 PM IST