কাছাৰ,6 জুনঃ চাইবাৰ ক্ৰাইমৰ ভয়াৱহ পৰিণতি ৷ ফেচবুক যোগে নিজৰ অশ্লীল ফটো ভাইৰেল হোৱাত আত্মহত্যাৰ পথ বাছি ললে ৰুমা মালাকৰ নামৰ এগৰাকী যুৱতীয়ে ৷ কাছাৰৰ বৰখলাত সংঘটিত হৈছে এই ঘটনা ৷
চাইবাৰ ক্ৰাইমৰ কৰুণ পৰিণতি
ছ'চিয়েল মিডিয়াযোগে অশালীন ছবি প্ৰকাশ হোৱাত আত্মহত্যাৰ পথ বাছি ললে কাছাৰৰ এগৰাকী যুৱতীয়ে ৷
চাইবাৰ ক্ৰাইমৰ কৰুণ পৰিণতি
সুজিত দাস নামৰ এজন যুৱকে ফেচবুকৰ জৰিয়তে শ্বে'য়াৰ কৰিছিল যুৱতী গৰাকীৰ ফটো ৷ সমগ্ৰ অঞ্চলজুৰি ফটোখন ভাইৰেল হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত ৷ অৱশেষত,মুখলজ্জাৰ পৰা হাত সাৰিবলৈ আত্মহত্যাৰ পথকে বাছি ল'লে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷