অসম

assam

ETV Bharat / state

কাছাৰত জুৱাৰীয়ে প্ৰহাৰ কৰিল আৰক্ষীক - কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান

কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷ এই ঘটনাৰ পিছত আৰকাটিপুৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷

কাছাৰত জুৱাৰীয়ে প্ৰহাৰ কৰিল আৰক্ষীক

By

Published : Oct 27, 2019, 10:43 PM IST

কাছাৰ, 27 অক্টোবৰঃ কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যায় আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷ উধাৰবন্দৰ আৰকাটিপুৰ ৰে’লগেটৰ ওচৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যাঁওতে জুৱা খেলৰ সমৰ্থক সকলে আৰক্ষীৰ দলটোৰ ওপৰত জঁপিয়াই পৰি বেয়াকৈ মাৰধৰ কৰে ৷ উত্তেজিত জুৱাৰী সকলে আৰক্ষীৰ বাহনখনো ক্ষতিগ্ৰস্থ কৰে ৷ এই ঘটনা সংঘটিত কৰি পলুৱাই যাবলৈ সক্ষম হয় জুৱাৰী দলটো ৷ এই ঘটনাৰ পিছত আৰকাটিপুৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷

কাছাৰত জুৱাৰীয়ে প্ৰহাৰ কৰিল আৰক্ষীক

ABOUT THE AUTHOR

...view details