বানৰ ফলত ভয়াৱহ কাছাৰৰ পৰিস্থিতি - কাছাৰ
উল্লেখ্য যে কাছাৰৰ সৰু বৰ নৈ উপনৈত ফেনে-ফোটোকাৰে বাঢ়িছে পানী ...

বানৰ ফলত ভয়াবহ কাছাৰৰ পৰিস্থিতি
শিলচৰ, 15 জুলাইঃ ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি ৷ কাছাৰ জিলাৰ বৰখোলা বিধানসভা চক্ৰৰ শালচাপৰাৰ টুকৰগ্ৰাম এলাকাৰ 5000 ৰাইজ এতিয়া বানৰ কবলত ৷ জিলাখনৰ তিনিটা অঞ্চলত পানী সোমাই পৰা ফলত জীয়াতু ভুগিছে জীৱকুলে ৷
বানৰ ফলত ভয়াবহ কাছাৰৰ পৰিস্থিতি