শিলচৰ,26 মেঃ মঙলবাৰে শিলচৰ বিমান বন্দৰত অৱতৰণ কৰে বহিঃৰাজ্যৰ যাত্ৰী কঢ়িওৱা প্ৰথমখন বিমান । বৰঝাৰ বিমান বন্দৰৰ পৰা শিলচৰত উপস্থিত হয় Spice Jetৰ SG8152 নম্বৰৰ বিমানখন । বিমানখনে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ 46 জনকৈ লোকক কঢ়িয়াই আনিছে । যাত্ৰীসকলৰ মাজত 2টি শিশুও আছে ।
শিলচৰ বিমান বন্দৰত অৱতৰণ বহিঃৰাজ্যৰ যাত্ৰী কঢ়িওৱা প্ৰথমখন বিমান - শিলচৰত বিমান বন্দৰ বাতৰি
মঙলবাৰে শিলচৰ বিমান বন্দৰত অৱতৰণ কৰে বহিঃৰাজ্যৰ যাত্ৰী কঢ়িওৱা প্ৰথমখন বিমান । বিমানখনত আছিল দুটি শিশু সহ মুঠ 46 গৰাকী যাত্ৰী ।
![শিলচৰ বিমান বন্দৰত অৱতৰণ বহিঃৰাজ্যৰ যাত্ৰী কঢ়িওৱা প্ৰথমখন বিমান First flifgt carrying assamese passenger staying other state reached Silchar Airport](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7357395-thumbnail-3x2-s.jpg)
শিলচৰ বিমান বন্দৰত অৱতৰণ বহিঃৰাজ্যৰ যাত্ৰী কঢ়িওৱা প্ৰথমখন বিমান
শিলচৰ বিমান বন্দৰত অৱতৰণ বহিঃৰাজ্যৰ যাত্ৰী কঢ়িওৱা প্ৰথমখন বিমান
উল্লেখ্য যে, আটাই কেইগৰাকী যাত্ৰীৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব । পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বিমান বন্দৰত উপস্থিত জিলা উপায়ুক্ত কীৰ্তি জাল্লি আৰু অতিৰিক্ত উপয়ুক্ত সুমিত সত্যবান ।
লগতে পঢ়ক- নগাঁৱৰ খুটিকটীয়াত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু বহিঃৰাজ্যৰ যুৱক