কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান - কাছাৰ প্ৰশাসন
মুকলি আকাশৰ তলতে অৱস্থান একাংশ উচ্ছেদিত ৰাইজৰ ৷
কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান
শিলচৰ,7 জুনঃ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাবে বেদখল কৰা 82টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ ৷ শুকুৰবাৰে ৰাতিপুৱা প্ৰায় এঘাৰ বজাত বন বিভাগে আৰম্ভ কৰে এই উচ্ছেদ অভিযান ৷ কাছাৰৰ ডি এফ অ' চানিদেউ চৌধুৰীৰ নেতৃত্বত বন বিভাগ আৰু নিৰাপত্তা বাহিনীৰ এটা বৃহৎ দলে 15 টা হাতীৰে চলাই উচ্ছেদ অভিযান ৷
Last Updated : Jun 7, 2019, 8:28 PM IST