অসম

assam

By

Published : Nov 23, 2019, 8:50 PM IST

ETV Bharat / state

কাছাৰত জব্দ নিচাজাতীয় ৯৪০০ টা ইৱাব্বা টেবলেট

কাছাৰত অব্যাহত আছে মণিপুৰৰ পৰা নিচা জাতীয় টেবলেটৰ সৰবৰাহ কাৰ্য ৷ আৰক্ষীৰ অভিযানত জব্দ অনুমানিক 7 লাখ টকাৰ নিচা জাতীয় টেবলেট ৷

কাছাৰত জব্দ নিছাজাতীয় ৯৪০০ টা ইৱাব্বা টেবলেট

কাছাৰ, 23 নৱেম্বৰ:কাছাৰৰ বিভিন্ন ঠাইত অব্যাহত আছে মণিপুৰৰ পৰা নিচা জাতীয় টেবলেটৰ সৰবৰাহ। শনিবাৰে কাছাৰৰ সীমান্ত এলেকাত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট ৷ 9400 টা ইৱাব্বা টেবলেটসহ আটক কৰিবলৈ সক্ষম হয় মণিপুৰৰ জিৰিবাম চহৰৰ বাবুপাৰাৰ জাহাংগীৰ আহমেদ নামৰ এজন লোকক ৷

কাছাৰত জব্দ 7 লাখ টকাৰ নিছা জাতীয় টেবলেট

উদ্ধাৰ হোৱা এই নিচা জাতীয় সামগ্ৰী সমূহৰ আনুমানিক বজাৰ মূল্য হৈছে 7 লাখ টকা ৷ ইতিমধ্যে বিগত সপ্তাহত 6 ৰ পৰা 7 টা কৈ অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

লগতে চাওক-কৃষি কৰ্মৰে স্বাৱলম্বী চাৰিগৰাকী মহিলাৰ কাহিনী

ABOUT THE AUTHOR

...view details