অসম

assam

By

Published : Jun 20, 2019, 7:57 AM IST

ETV Bharat / state

কাছাৰৰ জিৰিঘাটত জব্দ ছশ নিচা জাতীয় টেবলেট

কাছাৰৰ জিৰিঘাটত জব্দ প্ৰায় ছশ নিচা জাতীয় টেবলেট ৷ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷

কাছাৰৰ জিৰিঘাটত জব্দ ছশ নিচা জাতীয় টেবলেট

কাছাৰ, 20 জুন : জিৰিঘাট আৰক্ষীৰ নিয়মিত তালাচীত চাৰি পেকেটত উদ্ধাৰ হয় নিচা জাতীয় টেবলেটখিনি ৷ আটকাধীন লোক দুজন জমিল আহমেদ লস্কৰ আৰু ৰুকন আহমেদ লস্কৰ ৷ যুৱক দুজনে টেবলেটখিনি কঢ়িয়াই অনা সময়ত আৰক্ষীয়ে জব্দ কৰে টেবলেটখিনি । বৰ্তমান আৰক্ষীয়ে জমিল আৰু ৰুকনৰ জেৰা অব্যাহত ৰাখিছে ৷

কাছাৰৰ জিৰিঘাটত জব্দ ছশ নিচা জাতীয় টেবলেট

ABOUT THE AUTHOR

...view details