অসম

assam

ETV Bharat / state

কাছাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান - কাছাৰ জিলাৰ সোনাই

ড্ৰাগছ সহ আটক তিনি যুৱক ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ ৷

কাছাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

By

Published : Aug 10, 2019, 5:22 PM IST

কাছাৰ, 10 আগষ্ট: কাছাৰ জিলাত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ চোৰাং বেহা ৷ শনিবাৰে আৰক্ষীৰ বিশেষ অভিযানত কাছাৰ জিলাৰ সোনাই নতুন ৰামনগৰত ড্ৰাগছ সহ আটক হয় তিনি যুৱক ৷ ধৃত যুৱক কেইজনৰ নাম অঞ্জন দাস, গনেশ দাস আৰু ৰতিন্দ্ৰ মালাকাৰ বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে ধৃত তিনি যুৱকে ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে ৪০ গ্ৰাম ড্ৰাগছ সহ হাতে-লোটে কৰায়ত্ত্ব কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details