অসম

assam

ETV Bharat / state

বৰখলা সমষ্টিৰ উয়ন্নয়নৰ বুজ ললে বিধায়ক কিশোৰ নাথে

বৰখলা সমষ্টিৰ উন্নয়নৰ খতিয়ানৰ বুজ ললে বিধায়ক কিশোৰ নাথে ৷ বিধায়ক গৰাকীক সংগ দিয়ে বহু কেইগৰাকী সমষ্টিটোৰ লোকে ৷

By

Published : Jan 2, 2021, 10:56 PM IST

ditekchora-area-bridge-and-road-visited-mla-kishor-nath
বৰখলা সমষ্টিৰ উয়ন্নয়নৰ বুজ ললে বিধায়ক কিশোৰ নাথে

কাছাৰ, 2 জানুৱাৰী :কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ অন্তৰ্গত বান্দৰখাল আৰু ডিটেকছৰাত নিৰ্মীয়মান অৱস্থাত থকা ৰাস্তা আৰু দলং নিৰ্মাণৰ কাম পৰিদৰ্শন কৰিলে বিধায়ক কিশোৰ নাথে ৷ শনিবাৰে বিধায়ক গৰাকীয়ে পাহাৰীয়া অঞ্চলটোৰ উন্নয়নৰ খতিয়ানো বিচাৰিলে বিভাগীয় কৰ্তৃপক্ষৰ পৰা ৷

বৰখলা সমষ্টিৰ উয়ন্নয়নৰ বুজ ললে বিধায়ক কিশোৰ নাথে

উল্লেখ্য যে, বিধায়ক গৰাকীক সংগ দিয়ে অবিচি মৰ্চাৰ কাছাৰ জিলা কমিটীৰ সাধাৰণ সম্পাদক অমল নাথ, কল্লোল চক্ৰৱৰ্তী, পিন্টু বৰ্মন, সঞ্জন দায় আৰু SDO সুজিত বৈষ্ণবে ৷

লগতে পঢ়ক : এতিয়াৰ পৰা মিছ কলেৰে সদস্যভৰ্তি হ’ব পাৰিব অগপত

ABOUT THE AUTHOR

...view details