শিলচৰ,26 অক্টোবৰঃৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিলচৰতো অনুষ্ঠিত কৰা হয় দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী ৷ সোমবাৰে শিলচৰৰ বৰাক নদীৰ ঘাটত বিজয়া দশমী উপলক্ষে বিসৰ্জন দিয়া হয় দুৰ্গা দেৱীৰ প্ৰতিমা ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি ৰীতি-নীতিৰ মাজেৰে বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাৰ প্ৰতিমা ৷
শিলচৰৰ বৰাক নদীৰ ঘাটত বিসৰ্জন দুৰ্গা দেৱীৰ প্ৰতিমা
সোমবাৰে শিলচৰ সদৰৰ বৰাক নদীৰ ঘাটত বিসৰ্জন দিয়া হয় দুৰ্গা দেৱীৰ প্ৰতিমা ৷ ক'ভিড প্ৰট'কল মানি ৰীতি-নীতিৰ মাজেৰে বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাৰ প্ৰতিমা ৷ উল্লেখযোগ্য যে, কৰ'ণা ভাইৰাছে এইবেলি দুৰ্গা পূজাৰ উচাহ ম্লান কৰিলে যদিও ৰাজ্যৰ অন্য ঠাইৰ সমান্তৰালভাৱে শিলচৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ল দুৰ্গা পূজা ৷
শিলচৰৰ বৰাক নদীৰ ঘাটত বিসৰ্জন দুৰ্গা দেৱীৰ প্ৰতিমা
উল্লেখযোগ্য যে, কৰ'ণা ভাইৰাছে এইবেলি দুৰ্গা পূজাৰ উচাহ ম্লান কৰিলে যদিও ৰাজ্যৰ অন্য ঠাইৰ সমান্তৰালভাৱে শিলচৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ল দুৰ্গা পূজা ৷