অসম

assam

ETV Bharat / state

বৰখলাৰ ৰিজয়পুৰত উদ্ধাৰ মৃতদেহ

শুকুৰবাৰে পুৱা বাগিচাৰ শ্ৰমিকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে ৷

By

Published : Jun 7, 2019, 10:52 PM IST

বৰখলাৰ ৰিজয়পুৰত উদ্ধাৰ মৃতদেহ

বৰখলা,৬ জুন': কাছাৰৰ বৰখলা সমষ্টিৰ ৰামপুৰ চাহ বাগিচাৰ ৰিজয়পুৰত উদ্ধাৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহ বৰখলা সমষ্টিৰ বালাচৰাৰ বিনদ মুণ্ডা নামৰ ব্যক্তিজনৰ বুলি চিনাক্ত ৷ শুকুৰবাৰে পুৱা বাগিচাৰ শ্ৰমিকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, বিগত 5 জুনৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল বিনদ মুণ্ডা ৷ 12 হাজাৰ টকা লৈ বৰখলা বজাৰত বস্তু ক্ৰয় কৰিবলৈ অহা পথতে সন্ধানহীন হৈছিল ব্যক্তিগৰাকী ৷

বৰখলাৰ ৰিজয়পুৰত উদ্ধাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details