অসম

assam

ETV Bharat / state

কাছাৰত ডকাইতে লুটি লৈ গ'ল লক্ষাধিক টকাৰ সম্পত্তি - etv assam

নিশা চোকা অস্ত্ৰ দেখুৱাই গৃহস্থৰ ঘৰত প্ৰৱেশ ডকাইতৰ ৷ পূৰ্বেও পৰিয়ালটোৰ পৰা ডকাইতে লুটি নিছিল লক্ষাধিক মূল্যৰ সম্পত্তি

কাছাৰত অস্ত্ৰধাৰী ডকাইতে লুটি লৈ গ'ল লক্ষাধিক টকাৰ সম্পত্তি

By

Published : May 16, 2019, 4:59 PM IST

কাছাৰ, 16 মে': কাছাৰৰ একেটা পৰিয়ালৰ বাসভৱনতেই দুবাৰকৈ ডকাইতি ৷ তিনিমাহৰ পূৰ্বে কাছাৰৰ ইন্দ্ৰগড়ৰ বিশ্বনাথ গোৱালাৰ বাসগৃহত চোৰে চলাইছিল তাণ্ডৱ ৷ এই ঘটনাৰ পাচতেই বুধবাৰে নিশা পুনৰবাৰ অস্ত্ৰধাৰী চোৰৰ এটা দলে লোকজনৰ বাসভৱনত প্ৰৱেশ কৰি লুটি লৈ যায় লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে 11 টাকৈ জাৰ্চি গৰু ৷

কাছাৰত অস্ত্ৰধাৰী ডকাইতে লুটি লৈ গ'ল লক্ষাধিক টকাৰ সম্পত্তি

ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷

ABOUT THE AUTHOR

...view details