- বুধবাৰে কাছাৰ জিলাৰ অন্তৰ্গত বৰখলাত জব্দ দুখন বলেৰ' পিক আপ গাড়ী
- গাড়ীসহ মুঠ ২৪ টাকৈ গৰু জব্দ স্থানীয় আৰক্ষীৰ
- লংকা পৰা শিলচৰলৈ অবৈধ ভাৱে গৰু সৰবৰাহ কৰিছিল গাড়ীকেইখনে
- ডি আই জিৰ নিৰ্দেশ মতে সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে জব্দকৃত গাড়ীকেইখন
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত বৰখলাত গৰুভৰ্তি বাহন জব্দ
বৰখলাত গৰুভৰ্তি বাহন জব্দ - বলেৰ পিক আপ গাড়ী
বুধবাৰে কাছাৰ জিলাৰ অন্তৰ্গত বৰখলাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গৰুভৰ্তি দুখন বলেৰ' পিক আপ গাড়ী
![বৰখলাত গৰুভৰ্তি বাহন জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3802571-thumbnail-3x2-oo.jpg)
বৰখলাত গৰুভৰ্তি বাহন জব্দ