অসম

assam

ETV Bharat / state

কৰ‘ণাত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ আৰোগ্য লাভ - শিলচৰ মেডিকেল

দেওবাৰে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠাত শিলচৰ মেডিকেলৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান চিকিৎসকৰ ৷

covid-19-positive-sushmita-dev-relise-from-silchar-medical-college
কৰ‘ণাত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ আৰোগ্য লাভ

By

Published : Jul 19, 2020, 7:31 PM IST

শিলচৰ,19জুলাইঃ কৰ‘ণাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে আৰোগ্য লাভ কৰাত দেওবাৰে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে চিকিৎসকে । উল্লেখযোগ্য যে তেওঁৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰা পিছতে শিলচৰৰ মেডিকেল কলেজত ভৰ্ত্তি কৰোৱা হৈছিল ।

কৰ‘ণাত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ আৰোগ্য লাভ

দেওবাৰে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ পিছতেই নেত্ৰীগৰাকী এতিয়া কাছাৰ ক্লাৱত হ‘ম কোৱাৰেন্টাইনত থাকিব কিছু দিন । শিলচৰ মেডিকেল কলেজৰ পৰা ওলাই আহাৰ সময়তে সুস্মিতা দেৱে উল্লেখ কৰে যে কৰ‘না যোদ্ধা ডাক্তৰ সকল একোজন সৈনিকৰ দৰে কাম কৰি আছে । তেওঁ লগতে ডাক্তৰ তথা কৰ‘ণা যোদ্ধা সকলক ধন্যবাাদ জ্ঞাপন কৰাৰ লগতে যদিহে প্ৰযোজন হয় প্লাজমা দান কৰিব বুলি সদৰি কৰে ৷

লগতে পঢ়কঃ বিপিএফৰ প্ৰথমগৰাকী প্ৰতিনিধি কৰ’ণা ভাইৰাছত আক্ৰান্ত

ABOUT THE AUTHOR

...view details