অসম

assam

ETV Bharat / state

অসম বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ কেলেংকাৰীৰ ঘটনা - অসম বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ কেলেংকাৰীৰ ঘটনা

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰীৰ ঘটনা ৷ বিশ্ববিদ্যালয়খনৰ সহকাৰী পঞ্জীয়ক পিনাকপানী নাথ পুৰকায়স্থৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ ৷

corruption-at-assam-university-silchar
অসম বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ কেলেংকাৰীৰ ঘটনা

By

Published : Jan 14, 2020, 4:01 PM IST

শিলচৰ,14 জানুৱাৰীঃ শিলচৰৰ অসম বিশ্ববিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰীৰ ঘটনা ৷ বিশ্ববিদ্যালয়খনৰ সহকাৰী পঞ্জীয়ক পিনাকপানী নাথ পুৰকায়স্থৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ ৷ একাংশ ঘনিষ্ঠ লোকৰ মাধ্যমেৰে বিশ্ববিদ্যালয়খনত সুৰক্ষা,চাফাই কৰ্মী আদি পদত চাকৰিৰ প্ৰলোভনেৰে বহুলোকৰ পৰা লক্ষ লক্ষ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

অসম বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ কেলেংকাৰীৰ ঘটনা

এই অভিযোগ উত্থাপিত কৰিছে ধন প্ৰদান কৰা ব্যক্তিসকলে ৷ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মিলন দাস আৰু আন বহুকেইজনৰ পৰা বিষয়া গৰাকীয়ে এইদৰে ধন সংগ্ৰহ কৰে ।

লগতে চাওকঃকাজিৰঙাত দ্বিতীয় জলচৰ পক্ষী গণনা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details