শিলচৰ,19 আগষ্টঃ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে চহৰখনৰ ৰাঙিৰখাৰিত কংগ্ৰেছৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত ৷ উল্লেখযোগ্য যে, দুদিনৰ পূৰ্বে ৰাঙিৰখাৰিত এজন 80 বছৰীয়া বৃদ্ধা ঘৰৰ চোতালত পৰি মৃত্যু হৈছিল ৷ অভিযোগ অনুসৰি, বৃদ্ধ লোকজন পৰাৰ পিচতেই মেডিকেল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিল পৰিয়ালৰ লোকে ৷ কিন্তু মেডিকেলে কলেজ কৰ্তৃপক্ষই এই কথাত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷
শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - প্ৰতিবাদ সাৱ্যস্ত
108 আৰু 104 ত ফোন কৰি সঁহাৰি নোপোৱাৰ ফলতে ব্যক্তিগৰাকীক উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাৰ ফলতে মৃত্যু ৷
শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
আনহাতে, 108 আৰু 104 ত ফোন কৰি সঁহাৰি নোপোৱাৰ ফলতে ব্যক্তিগৰাকীক উপযুক্ত চিকিৎসা প্ৰদান কৰিবৰ নোৱাৰাৰ ফলতে মৃত্যু হয় বুলি অভিযোগ উত্থাপন হৈছে ৷ ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিচতেই শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷
লগতে পঢ়কঃচিৰাঙৰ টুক্ৰাঝাৰত ইউপিপিএলত পাঁচ শতাধিক লোকৰ যোগদান