অসম

assam

By

Published : Aug 19, 2020, 7:16 AM IST

ETV Bharat / state

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

108 আৰু 104 ত ফোন কৰি সঁহাৰি নোপোৱাৰ ফলতে ব্যক্তিগৰাকীক উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাৰ ফলতে মৃত্যু ৷

silchar medical college aginest  protest congress
শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

শিলচৰ,19 আগষ্টঃ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে চহৰখনৰ ৰাঙিৰখাৰিত কংগ্ৰেছৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত ৷ উল্লেখযোগ্য যে, দুদিনৰ পূৰ্বে ৰাঙিৰখাৰিত এজন 80 বছৰীয়া বৃদ্ধা ঘৰৰ চোতালত পৰি মৃত্যু হৈছিল ৷ অভিযোগ অনুসৰি, বৃদ্ধ লোকজন পৰাৰ পিচতেই মেডিকেল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিল পৰিয়ালৰ লোকে ৷ কিন্তু মেডিকেলে কলেজ কৰ্তৃপক্ষই এই কথাত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

আনহাতে, 108 আৰু 104 ত ফোন কৰি সঁহাৰি নোপোৱাৰ ফলতে ব্যক্তিগৰাকীক উপযুক্ত চিকিৎসা প্ৰদান কৰিবৰ নোৱাৰাৰ ফলতে মৃত্যু হয় বুলি অভিযোগ উত্থাপন হৈছে ৷ ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিচতেই শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷

লগতে পঢ়কঃচিৰাঙৰ টুক্ৰাঝাৰত ইউপিপিএলত পাঁচ শতাধিক লোকৰ যোগদান

ABOUT THE AUTHOR

...view details