শিলচৰ,8 মে’ঃ কাছাৰ জিলাত বৰ্ধিত Covid 19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি জিলাখন অৰেঞ্জ জ’নত প্ৰৱেশৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ শুকুৰবাৰে এই কথা প্ৰকাশ কৰে শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়ে ৷ Covid 19 ৰ প্ৰসংগত সাংসদগৰাকীয়ে এই মন্তব্য আগবঢ়ায় ৷ লগতে শোণিতপুৰৰ ব্যক্তি এগৰাকী কাছাৰত Covid 19 ত আক্ৰান্ত হোৱাৰ সকলো তথ্য উদঘাটনৰ বিষয়ে বিতংভাৱে তদন্ত হোৱাৰ কথা উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷
অৰেঞ্জ জ’নৰ দিশে শিলচৰঃ ৰাজদ্বীপ ৰায় - অৰেঞ্জ জ’ন
কাছাৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ উক্ত বৰ্ধিত সংখ্য়াৰ প্ৰতি লক্ষ্য ৰাখি জিলাখন Covid 19 ৰ সংক্ৰমণৰ অৰেঞ্জ জ’নত প্ৰৱেশৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

অৰেঞ্জ জ’নৰ দিশে শিলচৰ
Last Updated : May 8, 2020, 8:40 PM IST