অসম

assam

ETV Bharat / state

শিলচৰত ষট পূজা উদযাপন - শিলচৰত ষট পূজা উদযাপন

বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ উদযাপন কৰা হ'ল ষট পূজা ৷ বৰাক নদীৰ পানীত স্নান কৰি সূৰ্য দেৱতাক সেৱা ভক্তপ্ৰাণ ৰাইজৰ ৷

শিলচৰত ষট পূজা উদযাপন
শিলচৰত ষট পূজা উদযাপন

By

Published : Nov 20, 2020, 10:44 PM IST

শিলচৰ, 20 নৱেম্বৰ:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত উলহ মালহৰ মাজেৰে ষট পূজা উদযাপন ৷ শিলচৰৰ বিভিন্ন অঞ্চলত বৰাক নদীৰ পানীত স্নান কৰি সূৰ্য দেৱতাক সেৱা জনোৱাৰ উদ্দেশ্যে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷

ষট পূজা উপলক্ষে বৰাক নদীৰ পাৰত ৰাইজৰ ভিৰ

শুকুৰবাৰে শিলচৰৰ বিভিন্ন অঞ্চলত ধৰ্মীয় উৎসাহ উদ্দীপনাৰ মাজেৰে পৰিয়ালৰ সুৰক্ষা তথা মনোকামনা পূৰণৰ উদ্দেশ্যে ষট পূজা পালনক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:ৰূপহীহাটৰ খাটোৱালত চাঞ্চল্যকৰ পথ ডকাইতি

ABOUT THE AUTHOR

...view details