শিলচৰ,7 অক্টোবৰঃকাছাৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সম্মুখত উত্তাল প্ৰতিবাদ ৷ SI কেলেংকাৰী আৰু বিভিন্ন দুৰ্নীতি লৈ SP অফিচ ঘেৰাও কৰে কাছাৰ জিলা কংগ্ৰেছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিশাল আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়ন কৰে প্ৰশাসনে ৷ উল্লেখযোগ্য যে, আৰক্ষীয়ে বেৰিকেড দি কংগ্ৰেছ কৰ্মী সকলক পথৰ মাজত আবদ্ধ কৰি ৰাখে ৷
SI কাণ্ডৰ বিৰুদ্ধে কাছাৰ জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - SI কেলেংকাৰী আৰু বিভিন্ন দুৰ্নীতি
কাছাৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সম্মুখত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ ৷ SI কেলেংকাৰী আৰু বিভিন্ন দুৰ্নীতি লৈ SP অফিচ ঘেৰাও কাছাৰ জিলা কংগ্ৰেছৰ ৷
SI কাণ্ডৰ বিৰুদ্ধে কাছাৰ জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
বিজেপি মুৰ্দবাদ, সৰ্বা চৰকাৰ হায় হায় আদি শ্ল’গানৰ প্ৰতিবাদস্থলী উত্তাল কৰি তুলে কংগ্ৰেছ কৰ্মী সকলে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালৰ পদ ত্যাগ দাবীৰ লগতে CBI তদন্ত দাবী কৰে কংগ্ৰেছ কৰ্মী সকলে ৷ ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰায় ৫০ জন কংগ্ৰেছ কৰ্মী আটক কৰে আৰক্ষীয়ে ৷