অসম

assam

ETV Bharat / state

কাছাৰত এন আৰ চি ৰ কামত ব্যৱহৃত বাহনৰ মালিক প্ৰতিবাদ - উপায়ুক্ত  লয়া মাদুৰি

কাছাৰ জিলাত এন আৰ চি ৰ কামত ব্যৱহৃত বাহনৰ মালিক সকলৰ আন্দোলনৰ হুংকাৰ ৷ এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগত NRC ৰ কামত ব্যৱহৃত বাহনৰ বিল নাপালে আন্দোলনত নামিব বাহনৰ মালিক আৰু চালকসকল ৷

কাছাৰত এন আৰ চি ৰ কামত ব্যবহৃত বাহনৰ মালিক সকলৰ হুংকাৰ

By

Published : Aug 20, 2019, 10:44 AM IST


শিলচৰ, 20 আগষ্ট : কাছাৰ জিলাত এন আৰ চি ৰ কামত ব্যৱহৃত বাহনৰ মালিক সকলৰ আন্দোলনৰ হুংকাৰ ৷ এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগত NRC ৰ কামত ব্যৱহৃত বাহনৰ বিল নাপালে আন্দোলনত নামিব বাহনৰ মালিক আৰু চালকসকল ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যত চলি থকা এন আৰ চি কামত বহু ব্যক্তিগত বাহন নিয়োজিত কৰা হৈছিলে৷ কিন্তু দেখা গৈছে যি সকলৰ ব্যক্তিগত বাহন এন আৰ চি ৰ কামত নিয়োজিত কৰা হৈছিলে তাৰ অধিকাংশ ভাগ বাহনৰ মালিকে এতিয়ালৈকে পোৱা নাই তেওঁ লোকৰ প্ৰাপ্য টকা ৷ সোমবাৰে এই বিষয়ক লৈ বাহন মালিক সকলে এখন স্মাৰকপত্ৰ প্ৰদান কৰে কাছাৰৰ জিলা উপায়ুক্ত লয়া মাদুৰিক ৷

কাছাৰত এন আৰ চি ৰ কামত ব্যবহৃত বাহনৰ মালিক সকলৰ হুংকাৰ

ABOUT THE AUTHOR

...view details