অসম

assam

ETV Bharat / state

ৰোজকান্দি চাহ বাগিচা সাময়িকভাৱে স্থগিত ঘোষণা কৰ্তৃপক্ষৰ - pre lock out

কাছাৰ জিলাৰ ৰোজকান্দি চাহ বাগিচাত মহিলা শ্ৰমিকক মেনেজাৰ ঈশ্বৰ ভাই উবাদিয়াই মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি শ্ৰমিক সকলে বাগানৰ ফেক্টৰি আৰু মেনেজাৰৰ বাংলো ঘেৰাও কৰি ৰখাৰ পাছতেই বাগান সাময়িকভাৱে স্থগিত ঘোষণা কৰে বাগান কৰ্তৃপক্ষই ৷

ৰোজকান্দি চাহ বাগিচা সাময়িকভাৱে স্থগিত ঘোষণা কৰ্তৃপক্ষৰ

By

Published : Jul 26, 2019, 9:27 AM IST

কাছাৰ, 26 জুলাইঃ কাছাৰ জিলাৰ ৰোজকান্দি চাহ বাগিচাত মহিলা শ্ৰমিকক মেনেজাৰ ঈশ্বৰ ভাই উবাদিয়াই মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি শ্ৰমিক সকলে বাগানৰ ফেক্টৰি আৰু মেনেজাৰৰ বাংলো ঘেৰাও কৰি ৰাখিছিল ৷ সেয়ে নিশা নিৰাপত্তাৰ ভয়ত মেনজাৰ ঈশ্বৰ ভাই উবাদিয়াৰ লগতে অন্যান্য মেনেজাৰ সকলে বাগান এৰি পলাই যায় ৷ তাৰ পাছতেই বৃহস্পতিবাৰৰ পৰা সাময়িকভাৱে বাগান স্থগিত ঘোষণা কৰে বাগান কৰ্তৃপক্ষই ৷

ৰোজকান্দি চাহ বাগিচা সাময়িকভাৱে স্থগিত ঘোষণা কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details