কাছাৰ, 20 ডিচেম্বৰঃ কাছাৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ কাছাৰৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ নেতৃত্বত আৰক্ষী আৰু আসাম ৰাইফলছৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হয় নগদ ৫,৪৩,৬০৯ টকাৰ লগতে বহু লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ,ইয়াব্বা,নাপটেন টেবলেটসহ কেইবাটাও মোবাইল ফোন ৷ বৃহস্পতিবাৰে অসম মেঘালয় সীমান্তৰ লায়লাপুৰত অভিযান চলাই জব্দ কৰে উক্ত সামগ্ৰীসমূহ ৷
কাছাৰত উদ্ধাৰ বৃহৎপৰিমাণৰ নিচাজাতীয় সামগ্ৰী - কাছাৰত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
কাছাৰৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ নেতৃত্বত আৰক্ষী আৰু আসাম ৰাইফলছৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হয় নগদ ৫,৪৩,৬০৯ টকাৰ লগতে বহু লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ,ইয়াব্বা,নাপটেন টেবলেটসহ কেইবাটাও মোবাইল ফোন ৷ আৰক্ষীয়ে এইপৰ্যন্ত ঘটনাৰ লগত জড়িত মূল অভিযুক্ত আজাহাৰ উদ্দিনক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
কাছাৰত উদ্ধাৰ বৃহৎপৰিমাণৰ নিচাজাতীয় সামগ্ৰী
উল্লেখ্য যে,আৰক্ষীয়ে এইপৰ্যন্ত ঘটনাৰ লগত জড়িত মূল অভিযুক্ত আজাহাৰ উদ্দিনক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ বিপৰীতে আৰক্ষীয়ে তেখেতৰ পত্নীক আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক- উন্নাও ধৰ্ষণ গোচৰৰ অভিযুক্ত ছেংগাৰৰ ৰায়দান