অসম

assam

ETV Bharat / state

সুষমা স্বৰাজক কাছাৰ বিজেপিৰ স্মৰণ - condolence program on the demise of Sushma Swaraj

কাছাৰ বিজেপিৰ জিলা কাৰ্যালয়ত বিজেপিৰ জিলা সভাপতি কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা৷ সুষমা স্বৰাজৰ কৰ্মৰাজিক সোঁৱৰে কাছাৰ বিজেপিয়ে

সুষমা স্বৰাজক কাছাৰ বিজেপিৰ স্মৰণ

By

Published : Aug 8, 2019, 10:13 PM IST

কাছাৰ, 8 আগষ্টঃ

  • সদ্য প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজক কাছাৰ বিজেপিৰ স্মৰণ
  • বিজেপিৰ জিলা সভাপতি কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা
  • দলৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হয় এই সভা
  • সুষমা স্বৰাজৰ লগত কবীন্দ্ৰ পুৰকায়স্থই কাম কৰাৰ অভিজ্ঞতা ব্যক্ত কৰে
  • শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালেও এই সভাত সুষমা স্বৰাজক সোঁৱৰে
  • সুষমা স্বৰাজ বৈদেশিক মন্ত্ৰী থকাৰ সময়তে শিলচৰত পাৰপত্ৰ প্ৰদানৰ অফিচ আৰম্ভণি হোৱাৰ কথাও জনায়
    সুষমা স্বৰাজক কাছাৰ বিজেপিৰ স্মৰণ

ABOUT THE AUTHOR

...view details