অসম

assam

ETV Bharat / state

বৰখলাত সজাগতা ৰেলী

আগন্তুক লোকসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে সকলো ৷ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থকা লোকসকলক সজাগ কৰাৰ উদ্দেশ্যে দেওবাৰে বৰখলাত বাহিৰ কৰা হয় এক সজাগতা সমদল ৷

By

Published : Mar 31, 2019, 8:54 PM IST

বৰখলাত সজাগতা ৰেলী

কাছাৰ,31 মাৰ্চঃ নিৰ্বাচনক লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে দেওবাৰে কাছাৰ জিলা প্ৰশাসনৰ সহযোগত বাহিৰ কৰা হয় এক সমদল ৷ বৰখলা উন্নয়ন খণ্ডৰ উদ্যোগত বাহিৰ কৰা এই সমদলত অংশগ্ৰহণ কৰে ব্লকৰ কৰ্মকৰ্তা আৰু এন আৰ এল এমেৰ মহিলাসকলে ৷ সজাগতা সমদলত অংশগ্ৰহণ কৰি ভোটাধিকাৰৰ বাবেই ৰাইজক অনুৰোধ কৰাৰ লগতে বিভিন্ন ধৰণৰ শ্লগান দিয়ে ৷

বৰখলাত সজাগতা ৰেলী

ABOUT THE AUTHOR

...view details