অসম

assam

By

Published : Nov 1, 2022, 6:58 PM IST

ETV Bharat / state

BJP worker expelled: DAC নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই দলৰ পৰা বৰ্খাস্ত বিজেপি কৰ্মী

চলিত দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সিদ্ধান্তৰ বিৰোধ কৰি দলৰ পৰা বৰ্খাস্ত হ'ল এজন বিজেপি কৰ্মী(BJP worker expelled for anti party activities) ৷

bjp-worker-expelled-for-anti-party-activities
BJP worker expelled: দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় দলৰ পৰা বৰ্খাস্ত বিজেপি কৰ্মী

  • দলবিৰোধী কাৰ্যকলাপত লিপ্ত হৈ দলৰ পৰা বৰ্খাস্ত বিজেপি কৰ্মী(BJP worker expelled for anti party activities)
  • বিজেপি কৰ্মীগৰাকীৰ নাম মনমোহন দেউৰী
  • দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন-2022 ত দেউৰীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা (DAC Election 2022)
  • 20 নং বঙালমাৰা পৰিষদীয় সমষ্টিৰ পৰা আগবঢ়াইছিল প্ৰতিদ্বন্দিতা
  • দলৰ মনোনীত প্ৰাৰ্থীৰ বিৰুদ্ধে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা
  • নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা
  • দলীয় সংবিধানৰ ধাৰা 25 ৰ উপধাৰা 9 অনুসৰি বহিস্কাৰ কৰা হয় দেউৰীক
  • অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাবে বলবৎ হোৱাকৈ দলৰ প্ৰাথমিক পদৰ পৰা বহিষ্কাৰ কৰে মনমোহন দেউৰীক(State BJP President Bhabesh Kalita)

ABOUT THE AUTHOR

...view details