কাছাৰ,19 নৱেম্বৰ:অসমত বাস কৰা বিষ্ণুপ্ৰিয়া মণিপুৰী লোকসকলক কেন্দ্ৰীয় অনুসূচীত জাতিত তালিকাভুক্ত কৰাৰ দাবীত বৃহস্পতিবাৰে শিলচৰত বিক্ষোভ আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে কেইবাটাও সংগঠনে ৷ শিলচৰৰ ক্লাব ৰোডত আয়োজিত এই বিক্ষোভ কাৰ্যসূচীত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহা সভা, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাসহ পাঁচটা সংগঠনে অংশগ্ৰহণ কৰি শীঘ্ৰে ৰাজ্যৰ বিষ্ণুপ্ৰিয়া মণিপুৰীসকলক কেন্দ্ৰীয় অনুসূচীত জাতিত তালিকাভুক্ত কৰিবলৈ দাবী উত্থাপন কৰে ৷
কেন্দ্ৰীয় অনুসূচীত জাতিত তালিকাভুক্ত কৰাৰ দাবী বিষ্ণুপ্ৰিয়া মণিপুৰীৰ - মণিপুৰী সাহিত্য সভা
বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ সাব্যস্ত প্ৰতিবাদ ৷ কেন্দ্ৰীয় অনুসূচীত জাতিত তালিকাভুক্ত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কেইবাটাও সংগঠনৰ ৷

বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ