অসম

assam

ETV Bharat / state

বৰখলাত কেতিয়া হ'ব চিকিৎসালয় ?

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতে এতিয়াও আৰম্ভ হোৱা নাই ৩০ খন বিচনাযুক্ত হাস্পতালৰ নিৰ্মাণ কাম ।

By

Published : May 4, 2019, 12:12 AM IST

আৰম্ভ হোৱা নাই ৩০ শয্যা বিশিষ্ট হাস্পতাল নিৰ্মাণৰ কাম

বৰখলা,৩ মে' : এফালে স্বাস্থ্য মন্ত্ৰীয়ে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰত মন্তব্য কৰিছে স্বাস্থ্য সেৱা স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰি বিজেপি চৰকাৰে ৰাজ্যত ব্যাপক উন্নতি কৰিছে । কিন্ত দুখৰ বিষয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতে এতিয়াও আৰম্ভ হোৱা নাই ৩০ খন বিচনাযুক্ত হাস্পতালৰ নিৰ্মাণ কাম ।

আৰম্ভ হোৱা নাই ৩০ শয্যা বিশিষ্ট হাস্পতাল নিৰ্মাণৰ কাম

ৰাইজৰ অভিযোগ যে এইক্ষেত্ৰত বিধায়ক কিশোৰ নাথ নীৰৱ ভূমিকা গ্ৰহণ কৰিছে । ফলত স্থানীয় লোক ক্ৰমে ক্ষুদ্ধ হৈ পৰিছে বিধায়কৰ ওপৰত । উল্লেখ্য যে, ২০১৪ চনৰ ১৯ নৱেম্বৰৰ দিনা বিধায়কৰ উপস্থিতিত উদ্বোধন কৰিছিল ৩ কোটি ৩০ লক্ষ টকাৰ হাস্পতাল খনৰ নিৰ্মাণ কাৰ্য ৷

ABOUT THE AUTHOR

...view details