অসম

assam

ETV Bharat / state

চাৰিদিনীয়া ভ্ৰমণসূচীৰে বৰাকত বদৰুদ্দিন আজমল - কুম্ভিৰগ্ৰাম বিমানবন্দৰ

ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এতিয়া ৰাজনৈতিক দলৰ নেতা সকলৰ মাজতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ এইবাৰ চাৰিদিনীয়া ভ্ৰমণসূচীৰে বৰাকত উপস্থিত হ‘ল এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল ৷

badaruddin ajmal in barak visit for four days
চাৰিদিনীয়া ভ্ৰমণসূচীৰে বৰাকত বদৰুদ্দিন আজমল

By

Published : Nov 5, 2020, 10:47 PM IST

কাছাৰ, 5 নৱেম্বৰ :ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এতিয়া ৰাজনৈতিক দলৰ নেতা সকলৰ মাজতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ এইবাৰ চাৰিদিনীয়া ভ্ৰমণসূচীৰে বৰাকত উপস্থিত হ‘ল এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল ৷ বৃহস্পতিবাৰে কুম্ভিৰগ্ৰাম বিমানবন্দৰত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত আজমলে নিজৰ বৰাক ভ্ৰমণৰ এই সময়চোৱাত দলীয় কৰ্মীৰে মত বিনিময় কৰাৰ লগতে আগন্তুক 2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে বৰাকৰ সমষ্টি সমূহৰ প্ৰাৰ্থী সন্দৰ্ভত দলীয় নেতা-কৰ্মীৰে আলোচনাত মিলিত হ‘ব বুলি জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details