শিলচৰ, 20 ডিচেম্বৰঃ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ সহকাৰী অধ্যাপক ড৹ পাৰ্থ সৰকাৰক নিলম্বন ৷ অধ্যাপক গৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱা বাবেই শুকুৰবাৰে নিলম্বন কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ৷ উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰে এগৰাকী গৱেষণাৰ ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ উত্থাপন হয় অধ্যাপক গৰাকীৰ বিৰুদ্ধে ৷
অসম বিশ্ববিদ্যালয়ৰ নিলম্বন অধ্যাপক - শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক নিলম্বন
অধ্যাপক গৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱা বাবেই শুকুৰবাৰে নিলম্বন কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ

অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকক নিলম্বন
অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকক নিলম্বন
আনহাতে, ভুক্তভোগীয়ে লিখিতভাৱে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক ঘটনা সন্দৰ্ভত জনোৱাৰ পাচতে শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ অভিযুক্ত অধ্যাপক গৰাকীক নিলম্বনৰ উপৰিও অধিক শাস্তিৰ বাবে দাবী জনাই ছাত্ৰ-ছাত্ৰীসকলে ৷
TAGGED:
শিলচৰৰ অসম বিশ্ববিদ্যালয়