কাছাৰ,20 জুনঃকাছাৰ জিলাৰ সোনাই বিধানসভা সমষ্টিৰ চাতলা এলেকাৰ পথচোৱা যাতায়ত কৰিব নোৱাৰাৰ অৱস্থাৰ বাবে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ। বিগত দুবছৰ আগতে চাতলাৰ পথচোৱা কাৰণে তিনি বছৰ আগতে 10 কোটি টকা অনুমোদন কৰিছিল চৰকাৰে তিনি কিলোমিটাৰ পথচোৱাৰ কাৰণে।
সোনাই বিধানসভা সমষ্টিত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ
তিনি কিলোমিটাৰ পথৰ বাবে আবন্টন কৰিছিল 10 কোটি টকা। কিন্তু এতিয়াও 50 শতাংশ কাম সস্পূৰ্ণ হোৱা নাই। হাজাৰ হাজাৰ ৰাইজে যাতায়ত কৰে এক মাত্র পথটিয়ে দি ৷ পথটিৰ মেৰামতি কৰাৰ নামত লুণ্ঠন কৰা অভিযোগ উঠিছে ৷
সোনাই বিধানসভা সমষ্টিত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ
কিন্তু এতিয়া 50 শতাংশ কাম সম্পূৰ্ণ হোৱা নাই। স্থানীয় এলেকাৰ হাজাৰ হাজাৰ ৰাইজে যাতায়ত কৰে এই এক মাত্র পথটোৱে দি ৷ এই পথটিৰ মেৰামতি কৰাৰ নামত ব্যাপক লুণ্ঠন কৰা হৈছে চৰকাৰী টকাৰ বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰেই চৰকাৰে পথটিৰ মেৰামতি কৰি নিদিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
লগতে পঢকঃ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ