অসম

assam

ETV Bharat / state

শীঘ্ৰে স্থাপন হ'ব কাছাৰ-শিলচৰ সংযোগী দলঙৰ আধাৰশিলা - কাছাৰ-শিলচৰ সংযোগী দলঙৰ আধাৰশিলা স্থাপন

দীৰ্ঘদিনৰ পৰা দলঙৰ দাবী কৰি আহিছিল স্থানীয় ৰাইজে

কাছাৰ-শিলচৰ সংযোগী দলঙৰ আধাৰশিলা স্থাপন

By

Published : Feb 25, 2019, 7:16 PM IST

কাছাৰ, ২৫ ফেব্ৰুৱাৰীঃ কাছাৰ জিলাৰ দুধপতিল এলেকাত অচিৰেই স্থাপন হ'ব কাছাৰ আৰু শিলচৰ সংযোগী নতুন দলঙৰ আধাৰশিলা ।

কাছাৰ-শিলচৰ সংযোগী দলঙৰ আধাৰশিলা স্থাপন
এই বাতৰিয়ে উত্‍ফুল্লিত কৰি তুলিছে স্থানীয় ৰাইজক। দলংখনৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰথমতে ২৫ ফেব্ৰুৱাৰীৰ দিনটো নিৰ্ধাৰণ কৰা হৈছিল যদিও অনিবাৰ্য কাৰণত আধাৰশিলা স্থাপনৰ দিন পিছুৱাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কাছাৰ-শিলচৰ সংযোগী পথত এখন দলং নিৰ্মাণৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল অঞ্চলবাসীয়ে।

ABOUT THE AUTHOR

...view details